XtGem Forum catalog
K.Kallol 2014

মুখ্য পৃষ্ঠা


মানুহে বজাৰত বস্তু
কিনিবলৈ নাইবা বেচিবলৈ যায়
। মোৰ কিনিবলৈ টকা নাই ।
বেচিবলৈ বস্তু নাই । মই যাওঁ
দুখী মানুহৰ দুখ
কিনিবলৈ আৰু মোৰ নষ্ট
সময়বিলাক বেচিবলৈ ।

ঈশ্বৰৰ কৃপাত যদি মোৰ এটা ল'ৰা হয় আৰু ল'ৰাটো অলপ ডাঙৰ হ'লে এটা বিশেষ ব্যৱস্থাকে কৰিম । কিয়নো ল'ৰাটো হয়তো মোৰ দৰেই এলেহুৱা হ'ব । সেয়ে আমাৰ ঘৰৰ সমুখেৰে প্ৰাতঃ ভ্ৰমণ (Morning walk) কৰিবলৈ এজনী ধুনীয়া ছোৱালীক টকা দিম । এদিন ল'ৰাটোক উঠাই দেখাম । তাৰ পিছদিনাৰ পৰা ল'ৰাটোৱে ৰাতিপুৱাতেই উঠিব । কিয়নো ৰাতিপুৱা উঠি প্ৰাতঃ ভ্ৰমণ কৰাটো শৰীৰ, স্বাস্থ্য, মানসিক আদি বিভিন্ন দিশত উপকাৰী । B-)